ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৮৮
  • তোমাৰ পথ দেখুৱা আমাক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তোমাৰ পথ দেখুৱা আমাক
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • সত্যক আঁকোৱালি লোৱা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • হে ঈশ্বৰ মোৰ প্ৰাৰ্থনা শুনা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাক মহিমা দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • সদায় যিহোৱাৰ বিশ্বাসী হৈ থাকিম
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৮৮

গীত নং ৮৮

তোমাৰ পথ দেখুৱা আমাক

(গীতমালা ২৫:৪)

  1. ১. ম-ৰ-মে-ৰে তু-মি নি-জৰ ঘ-ৰ-লৈ,

    মা-তি-লা আ-মাক স-ক-লো-কে;

    তো-মাৰ ক-থা যে, পো-হ-ৰৰ দ-ৰে হয়,

    আ-ন্ধা-ৰত পথ দে-খু-ৱাই আ-মাক।

    (কোৰাচ)

    দি-য়া বু-দ্ধি, পথ দে-খু-ৱা আ-মাক;

    তো-মাৰ বা-ক্যত যেন দি-ব পা-ৰোঁ ধ্যান।

    স-ত্য জা-নি পাওঁ আ-মি যেন উ-দ্ধাৰ,

    এ-য়া হʼ-ব মোৰ ম-নৰ কা-ম-না।

  2. ২. যি-হো-ৱা তো-মাৰ বু-দ্ধি হৈ-ছে ম-হান;

    প্ৰ-কাশ ক-ৰা যি তু-মি কা-ৰ্য্যত,

    প-বি-ত্ৰ বা-ক্য, হয় তো-মাৰ যে স-ত্য;

    আ-শ্ৰয় আ-মি পাওঁ তো-মাৰ ডেউ-কাত।

    (কোৰাচ)

    দি-য়া বু-দ্ধি, পথ দে-খু-ৱা আ-মাক;

    তো-মাৰ বা-ক্যত যেন দি-ব পা-ৰোঁ ধ্যান।

    স-ত্য জা-নি পাওঁ আ-মি যেন উ-দ্ধাৰ,

    এ-য়া হʼ-ব মোৰ ম-নৰ কা-ম-না।

(যাত্ৰা. ৩৩:১৩; গীত. ১:২; ১১৯:২৭, ৩৫, ৭৩, ১০৫ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক