ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CA-copgm17 পৃষ্ঠা ১-৩
  • কাৰ্য্যক্ৰম ২০১৬-২০১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কাৰ্য্যক্ৰম ২০১৬-২০১৭
  • ২০১৬-২০১৭ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • মিল থকা বিষয়
  • ‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!
    ২০২১-২০২২ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • যিহোৱাৰ মনক আনন্দিত কৰক!
    ২০২০-২০২১ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • কাৰ্য্যক্ৰম ২০১৬-২০১৭
    ২০১৬-২০১৭ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ লগত
  • যিহোৱাৰ পৰিয়ালৰ একতা
    ২০২২-২০২৩ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
আৰু চাওক
২০১৬-২০১৭ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
CA-copgm17 পৃষ্ঠা ১-৩

যিহোৱাৰ সাক্ষীসকলৰ শাখা সন্মিলন

কাৰ্য্যক্ৰম ২০১৬-২০১৭

বিষয়: যিহোৱাৰ ওপৰত আপোনাৰ বিশ্বাস বঢ়াওক!—ইব্ৰী ১১:৬.

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

  • ৯:৩০ সংগীত

  • ৯:৪০ গীতৰ সংখ্যা ১২ আৰু প্ৰাৰ্থনা

  • ৯:৫০ সকলো পৰিস্থিতিতে “ঈশ্বৰত বিশ্বাস” ৰাখক

  • ১০:০৫ পৰিচৰ্চ্চা: যিহোৱাৰ ওপৰত বিশ্বাস দৃঢ় কৰিব পৰা জীৱন্ত উদাহৰণ

    • ঢাল

    • পিতৃ

    • শিলা

    • মেৰৰখীয়া

  • ১১:০৫ গীতৰ সংখ্যা ২২ আৰু ঘোষণা

  • ১১:১৫ ‘আমাৰ বিশ্বাস বঢ়াওক’

  • ১১:৩০ সমৰ্পণৰ ভাষণ

  • ১২:০০ গীতৰ সংখ্যা ৭

আবেলিৰ কাৰ্য্যক্ৰম

  • ১:১০ সংগীত

  • ১:২০ গীতৰ সংখ্যা ৫৪ আৰু প্ৰাৰ্থনা

  • ১:৩০ জনসাধাৰণৰ বাবে ভাষণ: প্ৰকৃত বিশ্বাস কি আৰু ইয়াক কেনেকৈ দেখুৱাব পাৰি?

  • ২:০০ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ২:৩০ গীতৰ সংখ্যা ৩০ আৰু ঘোষণা

  • ২:৪০ পৰিচৰ্চ্চা: “আমাক লগ ধৰি থকা পাপ দূৰ” কৰক

    • যিহোৱা ঈশ্বৰে দুষ্টতাক নাইকিয়া কৰিব

    • যিহোৱা ঈশ্বৰে আপোনাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব

    • যিহোৱা ঈশ্বৰে মৃতজনাক পুনৰুত্থান কৰিব

  • ৩:৪০ প্ৰকৃত বিশ্বাসৰ বাবে আশীৰ্বাদ লাভ কৰক

  • ৪:১৫ গীতৰ সংখ্যা ৪৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক