গীত নং ১৫৮
‘দেৰি নহʼব!’
(হবক্কুক ২:৩)
১. সৌন্দৰ্য্যে ভৰা আমাৰ এই ধৰা—
সকলো সৃষ্টি, তোমাৰ হাতে গঢ়া।
চব সলনি হʼল, যাঃ একে আছা।
ধৈৰ্য্যেৰে ধৰা নতুন কৰিবলৈ।
(কোৰাচ)
পিতা পৰমদেশৰ আছোঁ আমি আশাত,
ধৈৰ্য্য দিয়া অপেক্ষাত।
তোমাৰ দিন আহিব, নতুন বেলিৰ দৰে।
যিমান দিন নহওক কিয়,
‘দেৰি নহʼব!’
২. বিশ্বাসে আমি আছোঁ অপেক্ষাত,
মৃতসকলক, কাষতে পাবলৈ।
পিতা জানোঁ যে, প্ৰেমময় তুমি,
সহায় দিয়া না ধৈৰ্য্য ধৰিবলৈ।
(কোৰাচ)
পিতা পৰমদেশৰ আছোঁ আমি আশাত,
ধৈৰ্য্য দিয়া অপেক্ষাত।
তোমাৰ দিন আহিব, নতুন বেলিৰ দৰে।
যিমান দিন নহওক কিয়,
‘দেৰি নহʼব!’
৩. ধৈৰ্য্যেৰে তুমি আনা নম্ৰ লোক,
আশাৰে কৰা, আৰোগ্য তেওঁলোকক।
যাঃ তোমাৰ লগত, সুখবৰ জনাওঁ,
কাষতে থাকি সময় ভালে কটাওঁ।
(কোৰাচ)
পিতা পৰমদেশৰ আছোঁ আমি আশাত,
ধৈৰ্য্য দিয়া অপেক্ষাত।
তোমাৰ দিন আহিব, নতুন বেলিৰ দৰে।
যিমান দিন নহওক কিয়,
‘দেৰি নহʼব!’
পিতা ধৈৰ্য্য দিয়া না!
(কল. ১:১১ পদবোৰো চাওক।)