ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 নৱেম্বৰ পৃষ্ঠা ৮
  • যোনাৰ কিতাপৰপৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোনাৰ কিতাপৰপৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • নিজৰ ভুলৰপৰা শিকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • আনক যিহোৱাৰ দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যোনা আৰু এটা ডাঙৰ মাছ
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 নৱেম্বৰ পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যোনাৰ কিতাপৰপৰা শিক্ষা

যিহোৱা ঈশ্বৰে পবিত্ৰ শাস্ত্ৰ বাইবেলত বহুতো বিশ্বাসী পুৰুষ আৰু তিৰোতাৰ জীৱন কাহিনী লিপিবদ্ধ কৰি ৰাখিছে, যাতে আমি তেওঁলোকৰ উদাহৰণৰপৰা মূল্যৱান শিক্ষা লাভ কৰিব পাৰোঁ। (ৰোম ১৫:৪) যোনাৰ কিতাপৰপৰা আপুনি কি শিকিব পাৰে? পাৰিবাৰিক উপাসনা: যোনা—যিহোৱাৰপৰা দয়াৰ শিক্ষা ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভিডিঅʼখনত দেখুৱা তিনিজন প্ৰচাৰকে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?

  • যদি আমাক অনুশাসন কৰা হয় বা মণ্ডলীত থকা আমাৰ দায়িত্ব হেৰুৱাবলগীয়া হয়, তেনেহʼলে যোনাৰ কিতাপে আমাক কেনেকৈ উৎসাহিত কৰিব? (১চমূ ১৬:৭; যোনা ৩:১, ২)

  • ঘোষণা কাৰ্য্যত লগ পোৱা লোকসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ যোনাৰ বিৱৰণে আমাক কেনেকৈ সহায় কৰিব?

  • যেতিয়া আমি দীঘলীয়া সময় ধৰি কোনো অসুখত ভুগিবলগীয়া হয়, তেতিয়া যোনাৰ বিৱৰণে আমাক কেনেকৈ সান্ত্বনা দিব পাৰে? (যোনা ২:১, ২, ৭, ৯)

  • বাইবেল পঢ়া আৰু ধ্যান কৰাৰ বিষয়ে আপুনি এই ভিডিঅʼখনৰপৰা কি শিক্ষা লাভ কৰিব পাৰে?

মডলীত নিজৰ দায়ি হেৰুৱাৰ পাছত এজন ভায়ে নিৰাশ হৈ পৰিছ; এগৰাকী ভনীয়ে ঘোষণা কাৰ্য্যত ভাল ফল নাপাব বুলি কপনা কৰিছ; এগৰাকী ভনীয়ে চিকিৎসকৰপৰা বেয়া খবৰ শুনিছ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক