ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৮
  • আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • অধিৱেশন—প্ৰেম দেখুৱাৰ সুযোগ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • সঠিক সময়ত আধ্যাত্মিক আহাৰ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৮
এখন আঞ্চলিক অধিৱেশনত ভনীসকলে হাত চাপৰি মাৰিছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে

বিশ্বাসী বুদ্ধিমান দাসে “উচিত সময়ত” আমাক আহাৰ দিয়ে। ইয়ে প্ৰমাণ কৰে যে যিহোৱাই তেওঁলোকক নিৰ্দেশনা দিয়ে আৰু আধ্যাত্মিকভাৱে আমাক কিহৰ প্ৰয়োজন, তাক যিহোৱাই ভালদৰে জানে। (মথি ২৪:৪৫) ইয়াৰ উপৰিও, আমাৰ আঞ্চলিক অধিৱেশন আৰু সপ্তাহৰ মাজত হোৱা সভাই ইয়াৰ প্ৰমাণ দিয়ে।

২০১৭ চনৰ শিক্ষা সমিতিৰ ৰিপৰ্ট নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এখন আঞ্চলিক অধিৱেশনত ভনীসকলে হাত চাপৰি মাৰিছে

    সময় অনুসৰি ব্যৱস্থা কৰা অধিৱেশনবোৰৰ বাবে কোনে প্ৰশংসা পোৱা উচিত?

  • অধিৱেশনৰ কাম কেতিয়া আৰম্ভ হয়?

  • অধিৱেশনৰ এখন ভিডিঅʼত অডিঅ’/ভিডিঅ’ সেৱা

    অধিৱেশনৰ বিষয়বোৰ কেনেকৈ বাছনি কৰা হয়?

  • অধিৱেশনৰ প্ৰস্তুতি কৰাত কি কাম জড়িত থাকে?

  • সপ্তাহৰ মাজত হোৱা সভাৰ বিষয়বোৰ লিখিবলৈ কেনেকৈ গিলিয়দ স্কুলত শিকোৱা অধ্যয়নৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰা হয়?

  • এজন ভায়ে সপ্তাহৰ মাজত হোৱা সভাৰ পুস্তিকা ধৰি আছে

    সভাৰ বাবে অধ্যয়ন পুস্তিকা প্ৰস্তুত কৰিবলৈ কেনেকৈ বিভিন্ন বিভাগে একেলগে কাম কৰে?

যিহোৱা ঈশ্বৰে ব্যৱস্থা কৰা আধ্যাত্মিক বিষয়বোৰৰ বাবে আপুনি কেনে অনুভৱ কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক