ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১০
  • “তোমাৰ . . . আধিপত্য ময়েই”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমাৰ . . . আধিপত্য ময়েই”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমাৰ . . . আধিপত্য ময়েই”

যিহোৱাই পুৰোহিত আৰু লেবীয়াসকলক গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল (গণ ১৮:৬, ৭)

লেবী ফৈদক দেশত উত্তৰাধিকাৰী হিচাপে কোনো মাটি দিয়া নহৈছিল, তেওঁলোকৰ বাবে যিহোৱাই আধিপত্য আছিল (গণ ১৮:২০, ২৪; w১১–HI ৯/১৫ ১৩ ¶৯)

সকলো ইস্ৰায়েলীয়ে উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবী আৰু পুৰোহিতসকলক দিছিল (গণ ১৮:২১, ২৬, ২৭; w১১–HI ৯/১৫ ৭ ¶৪)

যিহোৱাই লেবী আৰু পুৰোহিতসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। যদি আমি যিহোৱাৰ সেৱাত ত্যাগৰ ভাৱনা দেখুৱাও, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে তেওঁ নিশ্চয় আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব।

ছবি: যিহোৱা ঈশ্বৰে নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰে। ১. এজনী ভনীয়ে চিঠিৰ খামত পইচা ভৰাইছে। ২. সেই খাম দুৱাৰৰ তলত ৰখা আছে। ৩. এগৰাকী অকলশৰীয়া মাতৃয়ে, নিজৰ সন্তানক সাৱতি লৈ খামত থকা পইচাখিনি চাইছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক