ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৬
  • যিহোৱাৰ আশ্ৰয় লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ আশ্ৰয় লওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাৰ দৃষ্টিত মানুহৰ জীৱন অতি মূল্যৱান
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • “তোমাৰ লৰাক লোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ আশ্ৰয় লওক

ইস্ৰায়েল দেশত ৬ খন আশ্ৰয়-নগৰ আছিল। যদি কোনোবাই অজানিতে কাৰোবাক হত্যা কৰে, তেনেহʼলে তেওঁ ৰক্ষা পাবলৈ যিকোনো এখন আশ্ৰয়-নগৰত পলাই যাব পাৰিছিল (গণ ৩৫:১৫; w১৭.১১-HI ৯ ¶৪)

ইস্ৰায়েলত প্ৰতিটো মোকৰ্দমাৰ নিৰ্ণয় প্ৰাচীনসকলে লৈছিল (গণ ৩৫:২৪; w১৭.১১-HI ৯ ¶৬)

আশ্ৰয়-নগৰত পলাই যোৱা লোকসকল সুৰক্ষিত আছিল (গণ ৩৫:২৫; w১৭.১১-HI ১১ ¶১৩)

কাৰোবাক অজানিতে হত্যা কৰা ব্যক্তিজনে আশ্ৰয়-নগৰত সুৰক্ষা পাবলৈ বহুতো ত্যাগ কৰিবলগীয়া হৈছিল। ঠিক সেইদৰে, আজি আমিও যিহোৱাৰ ক্ষমা পাবলৈ বহুতো ত্যাগ কৰিব লাগিব।

এজন ডেকা লʼৰাই বেদনাত হাউলি আছে। ছবি: যিহোৱাৰপৰা ক্ষমা বিচাৰিছে। ১. প্ৰাচীন ইস্ৰায়েলৰ সময়ত এজন পাপ কৰা ব্যক্তিয়ে অনুতাপ কৰিবলৈ আশ্ৰয়-নগৰৰ দুৱাৰ মুখত প্ৰাচীনৰ আগত জনাইছিল। ২.অনুতাপ কৰা ডেকাজনে দুজন প্ৰাচীনৰ লগত কথা পাতিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক