ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ৩
  • সহানুভূতি দেখুৱাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সহানুভূতি দেখুৱাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

সহানুভূতি দেখুৱাওক

সহানুভূতি দেখুৱাৰ অৰ্থ হৈছে লোকসকলৰ ভাৱনা, চিন্তাধাৰা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি পোৱা। এই গুণে লোকসকলক সহায় কৰিবলৈ আমাক উৎসাহিত কৰে। সহানুভূতি দেখুৱালে লোকসকলে বুজি পাব যে আমি তেওঁলোকক অন্তৰৰপৰা সহায় কৰিব বিচাৰোঁ। যদি আমি প্ৰচাৰ কাৰ্য্যত লোকসকলক সহানুভূতি দেখুৱাওঁ, তেনেহʼলে তেওঁলোকে যিহোৱাৰ প্ৰেম অনুভৱ কৰিব আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হʼব।—ফিলি ২:৪.

আমি কোনো এজন ব্যক্তিক ওপৰে ওপৰে সহানুভূতি দেখুওৱা উচিত নহয়। আমি আমাৰ কথা-বতৰা, অংগি-ভংগি আৰু কামৰ যোগেদি সহানুভূতি দেখুওৱা উচিত। এইদৰে কৰিবলৈ আমি ব্যক্তিজনৰ আগ্ৰহ, বিশ্বাস আৰু পৰিস্থিতিৰ প্ৰতি ধ্যান দিয়া উচিত। বিদ্যাৰ্থীয়ে নিজকে সলনি কৰিবই লাগিব বুলি হেঁচা দিয়াৰ পৰিৰ্ৱতে আমি তেওঁক জনাব পাৰোঁ যে তেওঁ নিজকে সলনি কৰিবলৈ কি কৰা উচিত। যেতিয়া তেওঁ নিজ ইচ্ছাৰে সলনি হয়, তেতিয়া এয়া দেখি আমি আনন্দিত হম।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক​—নিজৰ দক্ষতা উন্নতি কৰক—সহানুভূতি দেখুৱাওক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—সহানুভূতি দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। কফি চʼপত, গ্ৰেচে কৈছে যে তাই কিয় সেই দিনাখন বাইবেল অধ্যয়ন কৰিব নোৱাৰে।

    যেতিয়া গ্ৰেচে দেৰিকৈ আহিছিল, তেতিয়া নিতাই কেনেকৈ সহানুভূতি দেখুৱালে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—সহানুভূতি দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই মনোযোগেৰে শুনি সহানুভূতি দেখুৱাইছে।

    যেতিয়া গ্ৰেচে ভাগৰি গৈছোঁ আৰু অধ্যয়ন কৰিব নোৱাৰিম বুলি কৈছিল, তেতিয়া নিতাই কেনেকৈ তাইৰ দুখ বুজি পালে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—সহানুভূতি দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই গ্ৰেচৰ ৰুমটো পৰিপাটিকৈ ৰাখিবলৈ তাইক সহায় কৰিছে।

    আমি লোকসকলক সহানুভূতি দেখুৱালে, তেওঁলোকে যিহোৱাৰ প্ৰতি আকৰ্ষিত হʼব

    গ্ৰেচে কোনো কাম শৃংখলাবদ্ধভাৱে কৰিব নোৱাৰোঁ বুলি কোৱাৰ সময়ত নিতাই কেনেকৈ তাইৰ প্ৰতি সহানুভূতি দেখুৱালে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক