যিহোৱাৰ মহিমা কৰিবলৈ মোচিয়ে লোকসকলক এটা গীত শিকাইছে
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ঈশ্বৰ প্ৰেৰণাৰে লিখা এটি গীতৰ উদাহৰণৰপৰা শিকক
আমি যি শিক্ষা দিওঁ, সেয়া লোকসকলক নিয়ৰৰ দৰে সতেজ কৰে (দ্বিতী ৩২:২, ৩; w২০.০৬ ১০ ¶৮-৯; বেটুপাতত দিয়া ছবিখন চাওক)
যিহোৱা শিলাৰ দৰে হয় (দ্বিতী ৩২:৪; w০৯–E ৫/১ ১৪ ¶৪)
ঈগল চৰাইয়ে নিজৰ পোৱালিবোৰক যিদৰে ৰক্ষা কৰে, ঠিক সেইদৰে যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে (দ্বিতী ৩২:১১, ১২; w০১ ১০/১ ৯ ¶৭)
আপুনি ভাল উদাহৰণবোৰ কʼত বিচাৰি পাব?