ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • বিশ্বাসী হৈ যিহোৱাৰ আশীৰ্বাদ লাভ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ দৰে নিৰপেক্ষ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সফলতা লাভ কৰিবলৈ কি কৰা উচিত?

[যিহোচূৱা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক আৰু তাক মানি চলক (যিহো ১:৭, ৮; w১৩–HI ১/১৫ ৮ ¶৭)

যিহোৱাৰ ইচ্ছা অনুসৰি কাম কৰাৰ সময়ত তেওঁৰ ওপৰত ভৰসা কৰক (যিহো ১:৯; w১৩–HI ১/১৫ ১১ ¶২০)

ছবি: ১. এজন ভায়ে কামৰ ঠাইত আহাৰ খোৱাৰ সময়ত এজন ব্যক্তিক প্ৰচাৰ কৰি আছে। ২. এজন ভাইক পুলিচে সোধ-পোছ কৰিছে কিন্তু ভাইজনে নিজৰ বিশ্বাস বজাই ৰাখিছে।

নিজকে সোধক, ‘মোক কি কি পৰিস্থিতিত যিহোৱাৰপৰা সাহসৰ প্ৰয়োজন হʼব?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক