ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৩
  • সদায় যিহোৱাক মনত ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সদায় যিহোৱাক মনত ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সদায় যিহোৱাক মনত ৰাখক

যেতিয়া আমাৰ ওচৰত কোনো চাকৰি নাথাকে, তেতিয়া যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো এনে চাকৰি কৰিবলৈ সাজু হওঁ, যি বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে হয় বা যিহোৱাৰ সেৱাত বাধা দিব পাৰে। কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ যে তেওঁ নিশ্চয় আমাক সহায় কৰিব। ইয়াৰ বিষয়ে বাইবেলেও কৈছে, “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ” তেওঁবিলাকক সহায় কৰিবলৈ যিহোৱাই নিজৰ শক্তি ব্যৱহাৰ কৰে। (২বং ১৬:৯) যিহোৱা এজন মৰমীয়াল পিতৃ হয়। তেওঁ আমাক যিকোনো পৰিস্থিতিতে সহায় কৰিব পাৰে আৰু আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। (ৰোম ৮:৩২) সেইবাবে, চাকৰিৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত।—গীত ১৬:৮.

মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। জেচনে ঘোচ লবʼলৈ মনা কৰাটো থʼমাছে চাই আছে।

    জেচনে কিয় ঘোচ লোৱা নাছিল?

  • “মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। জেচনে কামৰ ঠাইত জাৱৰ-যোথৰ পেলাই আছে।

    কলচীয়া ৩:২৪ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?

  • “মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। জেচনে থʼমাছৰ বাইবেল অধ্যয়ন কৰি আছে।

    জেচনৰ ভাল উদাহৰণে থʼমাছৰ ওপৰত কি প্ৰভাৱ পেলাইছিল?

  • “মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। জেচন আৰু থʼমাছে কামৰ ঠাইৰপৰা ওলাইছে, যাতে তেওঁলোকে সভাত সময়মতে সভাত উপস্থিত হʼব পাৰে।

    সদায় যিহোৱাক মনত ৰাখি নিৰ্ণয় লওক বা কাম কৰক

    মথি ৬:২২ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক