ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ভুল বুজাবুজিৰপৰা শিক্ষা
যৰ্দ্দন নদীৰ পূবফালে থকা ফৈদে ডাঙৰ যজ্ঞ-বেদি বনালে (যিহো ২২:১০)
তেওঁলোকে যিহোৱাৰ লগত বিশ্বাসঘাত কৰিলে বুলি আন ফৈদে তেওঁলোকক অভিযোগ কৰিলে (যিহো ২২:১২, ১৫, ১৬; w০৬-HI ৪/১৫ ৫ ¶৩)
যিসকলৰ ওপৰত অভিযোগ কৰা হৈছিল, তেওঁলোকে নম্ৰভাৱে উত্তৰ দিলে। এইদৰে লোকসকলৰ জীৱন ৰক্ষা পৰিল (যিহো ২২:২১-৩০; w০৮-HI ১১/১৫ ১৮¶ ৫)
লোকসকলে আমাৰ বিষয়ে মিছাকৈ কʼলে আমি কি কৰা উচিত? যেতিয়া আমি সম্পূৰ্ণ কথা নাজানোঁ, তেতিয়া আমি কি কৰা উচিত নহয় আৰু কিয়?—হিতো ১৫:১; ১৮:১৩.