ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ৯
  • ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ‘যিসকল তিৰোতাই প্ৰভুত কঠোৰ পৰিশ্ৰম কৰে’
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ৯
ছবি: ভনীসকলে আনন্দেৰে যিহোৱাৰ সেৱাত বেলেগ বেলেগ কাম কৰিছে। ১. এগৰাকী ভনীয়ে প্ৰচাৰ কৰিছে। ২. এগৰাকী ভনীয়ে নিৰ্মাণ কামত ভাগ লৈছে। ৩. এগৰাকী ভনীয়ে ৰাজ্যগৃহ পৰিষ্কাৰ কৰিছে। ৪. এজনী ভনীয়ে এগৰাকী বৃদ্ধ ভনীক টেবলেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাক দেখুৱাইছে। ৫. এগৰাকী ভনীয়ে তাইৰ ছোৱালীজনীক সভাত উত্তৰ দিবলৈ সহায় কৰিছে। ৬. দুগৰাকী ভনীয়ে ঠাণ্ডা বতৰত প্ৰচাৰ কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?

শুভবাৰ্তা প্ৰচাৰ কৰা কামত ভনীসকলৰ ডাঙৰ ভূমিকা আছে। (গীত ৬৮:১১) তেওঁলোকে বহুতোলোকক বাইবেল অধ্যয়ন কৰে আৰু অগ্ৰগামী সেৱা কৰা লোকসকলৰ মাজত ভনীসকলৰ সংখ্যা বেছি হয়। বৰ্তমান সময়ত হাজাৰ হাজাৰ ভনীয়ে বেথেলত কাম কৰিছে, মিচনেৰী সেৱা কৰিছে, নিৰ্মাণ আৰু অনুবাদ কামতো সহযোগ কৰিছে। বিশ্বাসী ভনীসকলে নিজৰ পৰিয়াল আৰু মণ্ডলীকো উৎসাহিত কৰে। (হিতো ১৪:১) ভনীসকলে যদিও প্ৰাচীন বা পৰিচাৰক হিচাপে সেৱা কৰিব নোৱাৰে, কিন্তু তেওঁলোকে আন আন উপায়েৰে মণ্ডলীক সহায় কৰিব পাৰে। সেই উপায়বোৰ কি?

  • আধ্যাত্মিক গুণবোৰ বঢ়াই।—১তীম ৩:১১; ১পিত ৩:৩-৬

  • সত্যত নতুনকৈ অহা ভনীসকলক সহায় কৰি।—তীত ২:৩-৫

  • ভালদৰে সাক্ষ্য দি আৰু প্ৰচাৰ কামত বেছি সময় অতিবাহিত কৰি

  • নতুন ভাষা শিকি

  • প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ

  • বেথেলত সেৱা কৰিবলৈ আবেদন পত্ৰ দিয়াৰ যোগেদি বা নিৰ্মাণ কামত সহযোগ কৰি

  • ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ বাবে আবেদন পত্ৰ দিয়াৰ যোগেদি

‘প্ৰভুত বহু পৰিশ্ৰম কৰা তিৰোতাসকল’ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

  • ভনীসকলে কোৱা কি কথাৰপৰা আপুনি উৎসাহিত হৈছে?

 ‘প্ৰভুত বহু পৰিশ্ৰম কৰা তিৰোতাসকল’ ভিডিঅʼৰ তিনিগৰাকী ভনীৰ ফটো।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক