ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৫
  • তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • এজনী বেয়া ৰাণীয়ে শাস্তি পালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • “আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ডাঙৰ হোৱাৰ ইচ্ছাৰ বাবে এজনী দুষ্ট তিৰোতাই শাস্তি পালে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৫
যেহূৱে ৰথত থিয় হৈ আছে আৰু ঈজেবলক ওপৰৰ খিৰিকীৰ পৰা পেলাই দিবলৈ এজন নপুংসক কৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল

যিহোৱাই যেহূক ৰজা আহাবৰ বংশক ধ্বংস কৰিবৰ কাৰণে দায়িত্ব দিলে (২ৰাজা ৯:৬, ৭; w১১-HI ১১/১৫ ৩ ¶২)

যেহূৱে ৰজা যোৰাম (যি আহাবৰ পুত্ৰ আছিল) আৰু ৰাণী ঈজেবলক (যি আহাবৰ বিধবা আছিল) হত্যা কৰিবলৈ লগে লগে পদক্ষেপ লʼলে (২ৰাজা ৯:২২-২৪, ৩০-৩৩; w১১-HI ১১/১৫ ৪ ¶২-৩; এই সভা পুস্তিকাৰ ৭ পৃষ্ঠাত দিয়া “‘আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব’—২ৰাজা ৯:৮” নামৰ তালিকা চাওক)

নিজৰ দায়িত্ব পূৰ কৰিবলৈ যেহূৰ সাহস আৰু দৃঢ় ইচ্ছা থকাৰ প্ৰয়োজন আছিল আৰু উৎসাহেৰে কাম কৰাৰ প্ৰয়োজন আছিল। তেওঁ ঠিক সেই ধৰণেই কৰিলে (২ৰাজা ১০:১৭; w১১-HI ১১/১৫ ৫ ¶৪-৫)

নিজকে সোধক: ‘মথি ২৮:১৯, ২০ পদত দিয়া আজ্ঞা পূৰ কৰিবলৈ আমি কেনেকৈ যেহূৰ নিচিনা হʼব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক