ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
প্ৰথম সাক্ষাৎ
প্ৰশ্ন: লʼৰা-ছোৱালীক কেনেধৰণৰ শিক্ষা দিয়া উচিত?
পদ: হিতো ২২:৬
পৰৱৰ্তী সাক্ষাতৰ বাবে: আপুনি লʼৰা-ছোৱালীক কেনেকৈ ভালদৰে শিকাব পাৰে?
▸ শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
পুনৰ সাক্ষাৎ
প্ৰশ্ন: আপুনি লʼৰা-ছোৱালীক কেনেকৈ ভালদৰে শিকাব পাৰে?
পদ: যাকো ১:১৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব লাগে, ইয়াৰ বিষয়ে আপুনি কাৰ পৰা পৰামৰ্শ লয়?
▸ শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: