ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১৩
  • মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপোনাৰ মনত আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক

যিহোৱাৰ কাৰণে এখন ধুনীয়া মন্দিৰ বনাবলৈ দায়ূদৰ খুব ইচ্ছা আছিল (১বং ১৭:১, ২; w০৬-HI ৮/১ ১২ ¶১)

যিহোৱাই দায়ূদক কʼলে তেওঁৰ কাৰণে মন্দিৰ বনোৱাজন দায়ূদ নহʼব (১বং ১৭:৪)

যিহোৱাই দায়ূদক যি কাম দিছিল, সেই কামটো তেওঁ মন-প্ৰাণে কৰি থাকিল (১বং ১৭:৭; ১৮:১৪)

ছবি: ৱিলচেয়াৰত বহি থকা ভাইজন বহুত নিৰাশাত আছে আৰু অক্সিজেন চিলিণ্ডাৰৰ সহায়ত উশাহ লৈ আছে। ২. তেওঁ কাৰ্ট লগাই আনন্দেৰে এজন ব্যক্তিক প্ৰচাৰ কৰি আছে।

বয়স বাঢ়ি যোৱাৰ বাবে, বেমাৰ হোৱাৰ বাবে বা আন কিবা কাৰণৰ বাবে যদি আমি দায়িত্ব লʼব নোৱাৰোঁ, তেনেহʼলে আমি নিৰাশ হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি যি কৰিব পাৰোঁ, সেয়া মন-প্ৰাণে কৰা উচিত।—পাঁচ ১৮:৫; w২১.০৮ ২২-২৩ ¶১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক