ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১০
  • তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • জ্ঞানী ৰজা চলোমন
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১০
চিবাৰ ৰাণীয়ে ৰজা চলোমনৰ বাবে উপহাৰ আনিছে। চলোমনে থিয় হৈ তেওঁক আদৰণি জনাইছে। তেওঁৰ সিংহাসনলৈকে যোৱা খটখটীৰ তলত গায়ক আৰু ৰক্ষক থিয় হৈ আছে।

চিবাৰ ৰাণীয়ে ৰজা চলোমনক লগ কৰিবলৈ তেওঁৰ ৰাজমহলত আহিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল

চিবাৰ ৰাণীয়ে সমস্যাৰে ভৰা এটা দীঘলীয়া যাত্ৰা কৰি চলোমনক লগ কৰিবলৈ আহিলে (২বং ৯:১, ২; w৯৯-HI ১১/১ ২০ ¶৪; w৯৯-HI ৭/১ ৩০ ¶৪-৫)

চলোমনৰ বুদ্ধি আৰু সম্পত্তি দেখি তেওঁ আচৰিত হৈছিল (২বং ৯:৩, ৪; w৯৯-HI ৭/১ ৩০-৩১; বাহিৰত দিয়া ছবিখন চাওক)

তেওঁ যিহোৱাৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে (২বং ৯:৭, ৮; w৯৫-HI ৯/১ ১১ ¶১২)

চিবাৰ ৰাণীয়ে উটৰ জাক লৈ ৰজা চলোমনক লগ কৰিবলৈ গৈ আছে।

চিবাৰ ৰাণীৰ বাবে বুদ্ধি ইমানেই মূল্যৱান আছিল যে তেওঁ ইয়াক পাবলৈ ডাঙৰ ডাঙৰ ত্যাগ কৰিবলৈও সাজু আছিল।

নিজকে সোধক: ‘যিদৰে মূল্যৱান ৰত্ন বিচাৰিবলৈ যত্ন কৰা হয়, ঠিক সেইদৰে মই বুদ্ধি বিচাৰিবলৈ যত্ন কৰোঁনে?’—হিতো ২:১-৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক