ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১১
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক

ঈশ্বৰৰ বাক্যৰ পৰা পোৱা বুদ্ধি লুকাই থকা মূল্যৱান ধনৰ দৰে হয়। (হিতো ২:১-৬) এই বুদ্ধি থকাৰ বাবে আমি বুদ্ধিমত্তাৰে কাম কৰিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ। ইয়ে আমাক সুৰক্ষা দিয়ে। সেইবাবে, “প্ৰজ্ঞাই মূল।” (হিতো ৪:৫-৭) ঈশ্বৰৰ বাক্যত লুকাই থকা ৰত্ন বিচাৰিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন হয়। সেইবাবে, আমি “দিনে-ৰাতিয়ে” অৰ্থাৎ সদায় বাইবেল পঢ়িব লাগিব। (যিহো ১:৮) মন কৰক যে প্ৰতিদিনে বাইবেল পঢ়া আৰু ইয়াক আনন্দময় কৰি তোলাৰ কিছুমান উপায় কি।

ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

প্ৰতিদিনে বাইবেল পঢ়িবলৈ এই কিশোৰ-কিশোৰীসকলৰ কি কি সমস্যা হৈছিল? এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁলোকে কি কৰিলে?

  • “ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। মেলানী।

    মেলানী

  • “ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। চামূৱেল।

    চামূৱেল

  • “ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। চেলিনী।

    চেলিনী

  • “ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। ৰাফেলʼ।

    ৰাফেলʼ

মোৰ বাইবেল পঢ়াৰ তালিকা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক