ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১৪
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপোনাৰ মনত আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • শান্তিৰ সময়ত বুদ্ধিমতাৰে কাৰ্য্য কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক

আচাই এটা ডাঙৰ সৈন্য-বাহিনীৰ লগত যুদ্ধ কৰিবলৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে (২বং ১৪:৯-১২; w২১.০৩ ৫ ¶১২)

পাছত ৰজা আচাই এটা সৰু সৈন্য-বাহিনীৰ লগত যুদ্ধ কৰিবলৈ অৰামীয়া ৰজাৰ সহায় লʼলে (২বং ১৬:১-৩; w২১.০৩ ৫ ¶১৩)

আচাই সকলো সময়তে যিহোৱাৰ ওপৰত ভৰসা কৰা নাছিল, সেইবাবে যিহোৱা তেওঁৰ পৰা আনন্দিত নাছিল (২বং ১৬:৭-৯)

ছবি: ১. এজন ডেকা ব্যক্তিয়ে বাপ্তিষ্মা লৈ আছে। ২. সেই ব্যক্তিজনে টিভিৰ ওচৰত বহি আছে আৰু কোনটো কাৰ্য্যক্ৰম চাব নিৰ্ণয় লৈ আছে।

জীৱনৰ ডাঙৰ ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত আমি হয়তো যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰোঁ। কিন্তু সৰু-সুৰা বিষয়তনো কি? জীৱনৰ সকলো বিষয়তে যিহোৱাক মনত ৰাখি নিৰ্ণয় লোৱাটো অতি প্ৰয়োজন।—হিতো ৩:৫, ৬; w২১.০৩ ৫ ¶১৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক