ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১৪
  • বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • নহিমিয়াৰপৰা ব্যৱহাৰিক শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১৪
নহিমিয়াই, টোবিয়াৰ বস্তুবোৰ মন্দিৰৰ বস্তু থোৱা কোঠালিৰ পৰা বাহিৰত পেলাই দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক

অম্মোনীয়া আৰু মোৱাবীয়া লোকসকলে ‘সমাজত সোমাব নোৱাৰিছিল,’ কিয়নো অতীতত তেওঁলোকে ঈশ্বৰৰ লোকসকলক বিৰোধ কৰিছিল (নহি ১৩:১, ২; it-১-E ৯৫ ¶৫)

মহাপুৰোহিত ইলিয়াচীবে এজন অম্মোনীয়া ব্যক্তিক মন্দিৰৰ বস্তু থোৱা এটা কোঠালি দিছিল (নহি ১৩:৪, ৫; w১৩-HI ৮/১৫ ৪ ¶৫-৬)

ইলিয়াচীব আৰু ঈশ্বৰৰ শত্ৰুসকলে যি সন্ধি কৰিছিল, তাক নহিমিয়াই শেষ কৰিলে। এইদৰে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল (নহি ১৩:৭-৯)

যদি আমি যিহোৱাক প্ৰেম নকৰা লোকসকলৰ লগত বন্ধুত্ব কৰিম, তেনেহʼলে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিমনে?—w৯৬-HI ৩/১৫ ১৬ ¶৬.

নিজকে সোধক: ‘মই যেনেধৰণৰ বন্ধু বাছনি কৰোঁ, তাৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?ʼ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক