ফুটনোট
a ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল লোকে আপোনাৰ বিৰোধ কৰে, তেওঁলোক চয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত। কিন্তু আমি মনত ৰখা উচিত যে চয়তান এই যুগৰ দেৱতা আৰু গোটেই জগত তাৰ অধীনত আছে। (২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯) ঈশ্বৰীয় পথত জীৱন অতিবাহিত কৰাৰ বাবে সকলোৱে ভাল নাপাব আৰু আপোনাৰ বিৰোধ কৰিব পাৰে।