ফুটনোট
a গ্ৰীক শাস্ত্ৰৰ লিখকসকলে গীতমালা ৯১ অধ্যায়ক মচীহা ভৱিষ্যতবাণীৰ দৃষ্টিভঙ্গীৰে আলোচনা কৰা নাছিল। অৱশ্য, যিহোৱাই যীচুৰ নিমিত্তে আশ্ৰয়স্থান আৰু দৃঢ় কোঠ আছিল। আনকি এক বৰ্গ হিচাবে যিহোৱাই যীচুৰ অভিষিক্ত বৰ্গ আৰু তেওঁলোকৰ সমৰ্পিত সহসঙ্গীসকলৰ বাবেও “শেষকাললৈকে” আশ্ৰয়স্থান।—দানিয়েল ১২:৪.