ফুটনোট
a পাঁচনি পিতৰে আন্তিয়খিয়াৰ পৰজাতি ভাইসকলৰ সৈতে সঙ্গতি কৰিবলৈ পাই আনন্দিত হৈছিল। কিন্তু যিৰূচালেমৰ পৰা অহা ইহুদী খ্ৰীষ্টানসকলৰ উপস্থিতিত তেওঁ “ভয় কৰি, পাছ হুঁহকি নিজকে পৃথক ৰাখিলে।” আমি অনুমান কৰিব পাৰোঁ যে তেওঁৰ এনে কাৰ্য্যত পৰজাতি খ্ৰীষ্টানসকলে কিমান অধিক বেজাৰ পাইছিল।—গালাতীয়া ২:১১-১৩.