ফুটনোট
a বাইবেলত “ঘৃণা” শব্দটো বিভিন্ন অৰ্থত প্ৰকাশ পাইছে। কিছুমান উপলক্ষ্যত ইয়াক সাধাৰণভাৱে ভাল নোপোৱা কাৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। (দ্বিতীয় বিবৰণ ২১:১৫, ১৬) আনকি “ঘৃণা” শব্দটো বিৰক্ত হোৱা অৱস্থাকো বুজাইছে যʼত শাৰীৰিকভাৱে ক্ষতি কৰা সন্মিলিত নাথাকিব পাৰে। তদুপৰি এই শব্দটো অত্যধিক বিৰোধ কৰা আৰু আখেজ ভাৱনা ৰাখাৰ অৰ্থও প্ৰকাশ কৰিব পাৰে। এই লেখটোত এই অৰ্থত “ঘৃণা” শব্দটো ব্যৱহাৰ কৰা হৈছে।