ফুটনোট a প্ৰতিজ্ঞাত দেশত লেবীসকলক ইস্ৰায়েলত সিঁচৰিত হৈ থকা ৪৮ খন নগৰৰ বাহিৰে আন কোনো উত্তৰাধিকাৰ দিয়া নহʼল।