ফুটনোট a সম্ভৱতঃ চিবদীয়ৰ পুতেক যোহনে প্ৰথম সাক্ষাততে যীচুক অনুকৰণ কৰি তেওঁ কৰা কিছুমান কাৰ্য্যৰ বিষয়ে সাক্ষী দিছিল। সেইবাবে তেওঁ শুভাবাৰ্ত্তাৰ কিতাপত যীচুৰ কাৰ্য্যকলাপৰ বিষয়ে স্পষ্টকৈ লিখিব পাৰিলে। (যোহন ২-৫ অধ্যায়) তথাপিও তেওঁ কিছু সময়লৈকে পুনৰাই মাছৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিছিল।