ফুটনোট
b ছবিৰ বিষয়ে: চাৰিওখন দৃশ্যতে এজন পিতৃক নিজৰ সন্তানৰ লগত দেখুৱা হৈছে: এজন পিতৃয়ে নিজৰ ল’ৰাৰ কথা মনোযোগেৰে শুনিছে, এজন পিতৃয়ে নিজৰ ছোৱালীজনীৰ প্ৰয়োজনীয়তা পূৰ কৰিছে, এজন পিতৃয়ে নিজৰ ল’ৰাক কিবা শিকাইছে আৰু এজন পিতৃয়ে নিজৰ ল’ৰাক সাহস দিছে। চাৰিওখন দৃশ্যৰ পিছফালে দেখুৱা হাতে আমাক মনত পেলাই দিয়ে যে যিহোৱা ঈশ্বৰেও এইবোৰ উপায়েৰে আমাৰ যত্ন লয়।