ফুটনোট
a অসিদ্ধ হোৱাৰ বাবে আমি লোকসকলৰ বিষয়ে সহজে মন্তব্য কৰোঁ আৰু তেওঁৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰোঁ। কিন্তু যিহোৱাই এইদৰে নকৰে। তেওঁ মানুহৰ “মনলৈ দৃষ্টি ৰাখে।” (১ চমূ. ১৬:৭) এই লেখত আমি চাম যে যিহোৱাই যোনা, এলিয়া, হাগাৰ আৰু লোটক কেনেকৈ সহায় কৰিছিল। ইয়াৰপৰা আমি শিকিম যে আমি কেনেকৈ আমাৰ ভাই-ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ।