ফুটনোট
d ছবিৰ বিষয়ে: যেতিয়া এগৰাকী ভনীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যগৃহত এগৰাকী ভনীক লগ পায়, তেতিয়া তাই ভাবে যে ভনীগৰাকীৰ মনটো সদায় বেয়া হৈ থাকে। তাই নাভাবে যে তাইৰ ব্যৱহাৰৰ বাবে আনক কেনেকুৱা লাগে। কিন্তু তাইৰ লগত সময় অতিবাহিত কৰাৰ পাছত তাই বুজিব পাৰিলে যে সেই ভনীগৰাকীৰ বিষয়ে তাই যি ভাবিছিল, সেয়া ভুল হয়।