ফুটনোট
b সেইবাবে, আমি কʼব পাৰোঁ যে ২৭০-২৭৫ খ্ৰীষ্টাব্দৰ সময়ছোৱালৈকে ৰোমৰ সম্ৰাট আৰিলিয়ন, উত্তৰ দেশৰ ৰজা নাছিল। ২৬৭-২৭২ খ্ৰীষ্টাব্দলৈকে ৰাণী জেনʼবিয়া, দক্ষিণ দেশৰ ৰজা নাছিল, যিদৰে আমি আগতে বিশ্বাস কৰিছিলোঁ আৰু দানিয়েলৰ ভৱিষ্যতবাণী (হিন্দী) কিতাপখনৰ ১৩ আৰু ১৪ অধ্যায়ত উল্লেখ কৰা হৈছিল।