ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a যেতিয়া আমি কাৰোবাক কিবা শিকাওঁ, তেতিয়া আমি তেওঁক “নতুনকৈ ভাবিবলৈ আৰু নতুন পদ্ধতিৰে কাম কৰিবলৈ সহায় কৰোঁ।” ২০২০ চনৰ বাৰ্ষিক পাঠ হৈছে, মথি ২৮:১৯ আৰু এই পদে আমাক মনত পেলাই দিয়ে যে লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰা আৰু তেওঁলোকক শিকোৱাটো অতি গুৰুত্বপূৰ্ণ কাম। তেতিয়াহে তেওঁলোকে বাপ্তিষ্মা লৈ যীচু খ্ৰীষ্টৰ শিষ্য হʼব পাৰিব। এই লেখত আৰু পৰৱৰ্তী লেখত আমি চাম যে এই কাম আমি আৰু ভালদৰে কেনেকৈ কৰিব পাৰোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক