ফুটনোট
b ইয়াৰ অৰ্থ কি: যদি আপুনি কাৰোবাৰ লগত বাইবেলৰপৰা ক্ৰমান্বয়ে আলোচনা কৰে, তেনেহʼলে আপুনি তেওঁৰ লগত বাইবেল অধ্যয়ন কৰিছে। যদি আপুনি কাৰোবাক বাইবেল অধ্যয়ন কেনেকৈ কৰা হয় দেখুৱাৰ পাছত তেওঁৰ লগত দুবাৰ অধ্যয়ন কৰিছে আৰু আগলৈও অধ্যয়ন হৈ থাকিব বুলি ভাবে, তেনেহʼলে আপুনি তেওঁৰ ৰিপৰ্ট দিব পাৰে।