ফুটনোট
a যোচেফ, নয়মী, ৰূথ, এজন লেবী আৰু পাঁচনি পিতৰে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। সেইসময়ত তেওঁলোকে বৰ নিৰাশাত ভুগিছিল। এই লেখত আমি শিকিম যে যিহোৱাই কেনেকৈ তেওঁলোকক সান্ত্বনা দিছিল আৰু উৎসাহিত কৰিছিল। আমি এয়াও শিকিম যে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমি তেওঁলোকৰ দৰে কি কৰিব পাৰোঁ আৰু যিহোৱাই তেওঁলোকক সহায় কৰাৰ দৰে আমাকো কেনেকৈ সহায় কৰিব।