ফুটনোট
d ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে কিছু সময়ৰ বাবে নিৰাশ হয়। বিগত সময়ছোৱাত তাই কিমান সেৱা কৰিছিল, তাৰ বিষয়ে তাই মনত পেলায়। তাই যিহোৱালৈ প্ৰাৰ্থনাও কৰে। তাইৰ বিশ্বাস হয় যে আগতে তাই যি সেৱা কৰিছিল আৰু আজি যি কৰি আছে, তাক যিহোৱাই কেতিয়াও নাপাহৰে।