ফুটনোট
a যেতিয়া এজন পুৰুষে বিয়া কৰে, তেতিয়া পৰিয়ালৰ মূৰব্বী হিচাপে তেওঁৰ এক নতুন দায়িত্ব আহি পৰে। এই লেখত কোৱা হʼব যে যিহোৱাই স্বামীসকলক কি অধিকাৰ দিছে, কিয় দিছে আৰু তেওঁলোকে যিহোৱা আৰু যীচুৰপৰা কি শিকিব পাৰে। পৰৱৰ্তী লেখত আলোচনা কৰা হʼব যে স্বামী-স্ত্ৰীয়ে যীচু আৰু বাইবেলৰ আন লোকসকলৰপৰা কি শিকিব পাৰে। তাৰ পিছৰ লেখত আমি জানিম যে মণ্ডলীৰ ভাইসকলে নিজৰ অধিকাৰক কেনেকৈ ব্যৱহাৰ কৰা উচিত।