ফুটনোট
b লʼৰা-ছোৱালীৰ কাহিনীৰ কিতাপ, চিনেমা আৰু নাটকবোৰত প্ৰায়ে পুৰুষে তিৰোতাসকলৰ লগত বেয়া ব্যৱহাৰ কৰা আৰু তেওঁলোকক মাৰ-পিট কৰা দেখুৱায়। সেইবাবে, কিছুমান লোকে ভাবে যে পুৰুষে তিৰোতাক মাৰ-পিট কৰা আৰু তেওঁলোকক নিজৰ অধীনত ৰখাটো ভুল নহয়।