ফুটনোট
c ছবিৰ বিষয়ে: (ওপৰৰপৰা তললৈকে): এহাল দম্পতীয়ে এনে এলেকাত প্ৰচাৰ কৰিছে, যʼত বেছিভাগ লোক ঘৰত নাথাকে। প্ৰথম ঘৰখনৰ ব্যক্তিজন কামত আছে, দ্বিতীয় ঘৰৰ তিৰোতাগৰাকীয়ে ডাক্তৰৰ ওচৰলৈ গৈছে আৰু তৃতীয় ঘৰৰ তিৰোতাগৰাকীয়ে বজাৰ কৰিছে। সেই দম্পতীয়ে প্ৰথম ঘৰৰ ব্যক্তিজনক লগ কৰিবলৈ গধূলি যায়। তেওঁলোকে মেডিকেলৰ ওচৰত ৰাজহুৱাভাবে সাক্ষ্য দিয়াৰ সময়ত দ্বিতীয় ঘৰৰ তিৰোতাগৰাকীক লগ পায় আৰু তেওঁলোকে তৃতীয় ঘৰৰ তিৰোতাগৰাকীৰ লগত ফোনৰ যোগেদি কথা পাতে।