ফুটনোট
a আপুনি কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ কৰেনে? যদি কৰে, তেনেহʼলে মনত ৰাখক যে যিহোৱাই আপোনাৰ দুখ বুজি পায় আৰু তেওঁ আপোনাক সহায় কৰিবলৈ সাজু আছে। এই লেখত আমি শিকিম যে অকলশৰীয়া ভাৱনাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আপুনি কি কৰিব পাৰে। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ।