ফুটনোট
a চয়তান বৰ টেঙৰ হয়। আমি যিমান বছৰ ধৰি সত্যত নাথাকোঁ কিয়, সি আমাক এজন চিকাৰীৰ দৰে ফান্দত পেলাব বিচাৰে। এই লেখত আমি চয়তানৰ দুটা ফান্দৰ বিষয়ে শিকিম। সেয়া হৈছে, অহংকাৰ আৰু লোভ। ইয়াৰ যোগেদি চয়তানে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক নাইকিয়া কৰিব বিচাৰে। আমি এনে কিছুমান লোকসকলৰ উদাহৰণ চাম, যিসকলে চয়তানৰ এই ফান্দত পৰিছিল। ইয়াৰ উপৰিও আমি এয়াও শিকিম যে এই ফান্দৰপৰা বাচি থাকিবলৈ আমি কি কৰিব পাৰোঁ।