ফুটনোট
a যদি মাটিৰ বাচন সৰু সৰুকৈ ভাঙিবলৈ ধৰে, তেনেহʼলে সেই বাচনটো সহজে ভাঙিব পাৰে। ঠিক সেইদৰে যদি মণ্ডলীত কোনোবাই আন ভাই-ভনীতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ ধৰে, তেনেহʼলে মণ্ডলীত শান্তি আৰু একতা নাইকিয়া হʼব পাৰে। এই লেখত আমি আলোচনা কৰিম যে আমি আনতকৈ নিজক শ্ৰেষ্ঠ বুলি ভবা কিয় উচিত নহয়। লগতে মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ।