ফুটনোট
a আমি যিহোৱাৰ সেৱাত কিমান শক্তি আৰু সময় ব্যৱহাৰ কৰিম, সেয়া আমাৰ নিৰ্ণয়ৰ ওপৰত নিৰ্ভৰ কৰে। নতুনকৈ বিয়া হোৱা দম্পতীসকলেও এনে ধৰণৰ নিৰ্ণয় লʼবলগীয়া হয়। এই লেখত আমি আলোচনা কৰিম যে তেওঁলোকে সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰে, যাতে তেওঁলোকৰ জীৱন আনন্দময় হয়।