ফুটনোট
a আমি যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ। ইয়াৰ বাবে আমি তেওঁৰ নিচিনা হʼব লাগিব, কিয়নো তেওঁ পবিত্ৰ হয়। কিন্তু পাপী মানুহে পবিত্ৰ হʼব পাৰিবনে? নিশ্চয় পাৰিব। পাঁচনি পৌলে খ্ৰীষ্টানসকলক যি পৰামৰ্শ দিছিল আৰু প্ৰাচীন সময়ত যিহোৱাই যি নিয়ম দিছিল, তাৰ ওপৰত ধ্যান দিলে আমি শিকিম যে আমি নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ পবিত্ৰ কৰিব পাৰিম।