ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a যেতিয়া আপুনি এনে এজন ব্যক্তিৰ বিষয়ে চিন্তা কৰে, যিজনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া ইয়োবৰ কথা হয়তো আপোনাৰ মনলৈ আহে। তেওঁ সমস্যাৰ সত্ত্বেও বিশ্বাসী হৈ আছিল। তেওঁৰ উদাহৰণৰ পৰা আমি আৰু কি কি কথা শিকিব পাৰোঁ। আমি তিনিটা কথা শিকিব পাৰোঁ, (১) যিহোৱাক এৰি দিবলৈ চয়তানে আমাক জোৰ কৰিব নোৱাৰে। (২) আমি কি কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ, সেয়া যিহোৱাই ভালদৰে জানে। (৩) যিহোৱাই যিদৰে ইয়োবৰ সমস্যাবোৰ দূৰ কৰিলে, ঠিক সেইদৰে আমাৰ সমস্যাবোৰো এদিন তেওঁ দূৰ কৰিব। যদি আমি বিশ্বাস কৰোঁ যে যিহোৱাই আমাক প্ৰেম কৰে আৰু সেই মতে কামো কৰোঁ, তেনেহʼলে আমি দেখুৱাম যে আমি যিহোৱাৰ ওপৰত আশা ৰাখিছোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক