ফুটনোট
a ১ থিচলনীকীয়া ৫ অধ্যায়ত পাঁচনি পৌলে বহুতো উদাহৰণ দি ভৱিষ্যতে আহিবলগীয়া যিহোৱাৰ দিনৰ বিষয়ে কৈছিল। এই “দিন” কি? এয়া কেনেকৈ আহিব? এই দিনত কোনে ৰক্ষা পৰিব আৰু কাক ধ্বংস কৰা হʼব? সেই দিনৰ বাবে আমি কেনেকৈ নিজকে সাজু কৰিব পাৰোঁ? এই লেখত আমি পৌলে কোৱা কথাবোৰলৈ মন কৰিম আৰু এই সকলো প্ৰশ্নৰ উত্তৰ পাম।