ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a আজি যিহোৱাৰ সেৱা কৰা লʼৰা-ছোৱালীৰ ওচৰত এনে পৰিস্থিতি আহি পৰে, যʼত তেওঁলোকে সাহসেৰে কাম কৰিবলৈ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ কঠিন হʼব পাৰে। হয়তো তেওঁলোকৰ ক্লাছৰ আন লʼৰা-ছোৱালীয়ে তেওঁলোকক ঠাট্টা কৰিব পাৰে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে। অথবা তেওঁলোকে ঈশ্বৰৰ সেৱা কৰে আৰু ভাল বেয়াৰ মাজত তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। সেইবাবে, আন লʼৰা-ছোৱালীয়ে হয়তো তেওঁলোক মূৰ্খ হয় বুলি অনুভৱ কৰাব পাৰে। কিন্তু আমি এই লেখত শিকিম যে যিসকলে দানিয়েলৰ দৰে সাহসেৰে কাম কৰে আৰু বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰে, তেৱেই প্ৰকৃত অৰ্থত বুদ্ধিমান হয়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক