ফুটনোট
a আজি পৃথিৱীৰ পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাই আছে। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমাৰ ভৱিষ্যত ভাল হʼব। যেতিয়া আমি বাইবেলত লিখা ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ বিশ্বাস আৰু মজবুত হয়। এই লেখত আমি আলোচনা কৰিম যে আমি কিয় বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধয়্যন কৰা উচিত। তাৰ পাছত দানিয়েলে লিখা দুটি ভৱিষ্যতবাণীৰ ওপৰত মনোযোগ দিম আৰু এয়াও চাম যে ইয়াৰ অৰ্থ জানিলে আমাৰ কি লাভ হʼব।