ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

d ৰজা আচাই বহুতো গম্ভীৰ পাপ কৰিছিল। (২ বং. ১৬:৭, ১০) কিন্তু বাইবেলত লিখা আছে যে তেওঁ যিহোৱাৰ দৃষ্টিত যি সঠিক, সেয়াই কৰিছিল। যেতিয়া যিহোৱাৰ ভৱিষ্যবক্তাই তেওঁক শুধৰণি কৰিলে, তেতিয়া প্ৰথমে তেওঁ ভৱিষ্যবক্তাৰ কথা শুনা নাছিল। কিন্তু পাছত হয়তো তেওঁ অনুতাপ কৰিলে। যিহোৱাই তেওঁৰ বেয়া কামতকৈ বেছি ভাল কামবোৰলৈ ধ্যান দিলে আৰু মন কৰিবলগীয়া কথা যে তেওঁ যিহোৱাৰ বাহিৰে আন কাৰো উপাসনা কৰা নাছিল আৰু নিজৰ ৰাজ্যৰ পৰা মূৰ্তিপূজা আঁতৰাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল।—১ ৰাজা. ১৫:১১-১৩; ২ বং. ১৪:২-৫.

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক