ফুটনোট b যীচুৱে এই পৃথিৱীলৈ অহাৰ আগতেও যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ বলিদান স্বীকাৰ কৰিছিল। কিয়নো তেওঁ জানিছিল যে আগলৈ গৈ যীচুৱে মানৱজাতিৰ বাবে নিজৰ জীৱন বলিদান দিব আৰু তেওঁলোকক পাপ আৰু মৃত্যুৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰিব।—ৰোম. ৩:২৫.