পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ মিডিয়া কলচীয়া ইয়াত দেখুৱা দৃষ্টান্তবোৰ আৰু 3D ভিডিঅ'ৰ ছবিবোৰ বিস্তাৰিত অনুসন্ধানৰ আধাৰত প্ৰস্তুত কৰা হৈছে। কিন্তু এই সকলোবোৰ কোনো চিত্ৰকৰৰ হাতৰ কাৰ্য্য। কেতিয়াবা কেতিয়াবা বহুতো সম্ভাৱনাৰ ভিতৰত কেৱল এটাহে তুলি ধৰা হয়।