দুখ-কষ্ট নোহোৱাকৈ এক অনন্ত জীৱন জীয়াই থকাটো সম্ভৱনে?
ছপা সংস্কৰণ
আপুনি কি ভাবে?
হয়
নহয়
হʼবও পাৰে
ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?
“ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:২৯.
এইদৰে হʼলে আমাৰ জীৱন কেনেকুৱা হʼব?
কোনো দুখ-কষ্ট নাথাকিব, আমি নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত আনন্দেৰে জীয়াই থাকিব পাৰিম।—যিচয়া ৬৫:২১, ২২.
আমি কেৱল কিছু বছৰৰ বাবে নহয়, কিন্তু সদায় আনন্দেৰে জীয়াই থাকিম।—গীতমালা ২২:২৬.
বাইবেলত কৰা এই প্ৰতিজ্ঞাবোৰ সঁচাকৈ পূৰ হʼবনে?
হয়, নিশ্চয় পূৰ হʼব। এই প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ এই ব্ৰচাৰখনৰ তিনিওটা পাঠ পঢ়ক: